A sad Assamese story

  সিদিনা খন ৰাতি কামৰ পৰা উভতি অহাৰ পিছত পত্নীয়ে প্ৰতিদিনৰ দৰে মোৰ সৈতে খোৱা টেবুলত বহিল। তেনেতে মই তাইৰ হাত খন ধৰি কলো, ” মই তোমাক কিবা এটা কথা কব বিচাৰো “। তাই শান্ত ভাবে মোৰ চকুৰ ফালে চাই ৰল। মই বুজিব পৰা নাছিলোঁ কথাবোৰ তাইক কেনেকৈ আৰম্ভ কৰোঁ।Continue Reading

Share it with: