তিয়ঁহৰ সৈতে ভুলটো নাখাব এই তিনি খাদ্য!! তেজত এচিড বাঢ়িব!
2021-10-06
তিয়ঁহ খোৱাৰ পিছত এই তিনিবিধ খাদ্য ভুলটো নাখাব!! তিয়ঁহ এবিধ অতি পুষ্টিকৰ খাদ্য। কিয়নো এই কথা প্ৰমাণ কৰে ইয়াত অন্তৰ্ভুক্ত হৈ থকা বিভিন্ন স্বাস্থ্যগুণ সম্পন্ন পোষক দ্ৰব্য সমূহে। প্ৰায় ৯৫% পানীৰে ভৰপূৰ এটা মধ্যম আকাৰৰ তিয়ঁহত থকা অইন পোষক দ্ৰব্য সমূহ হৈছে কাৰ্বহ্যড্ৰেট :- ৬ গ্ৰাম ; প্ৰটিন- ৩ গ্ৰাম;Continue Reading