never misbehave your parents

  কিছুমান আচৰণ যদিহে আপুনি আজি নিজৰ মা দেউতাৰ সৈতে কৰে, আপোনাৰ সন্তানেও এদিন একে আচৰণ সমূহ আপোনাক কৰিব। যিমান কৰ্মব্যস্ততা নাথাকক বিয়লি ঘৰলৈ উভতি এবাৰ হলেও মা দেউতাৰ সৈতে কথা পাতিব, তেওঁলোকে আনন্দ পাব। ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ সময়ত তেওঁলোকক এবাৰ এষাৰ মাত লগাই যাব, তেওঁলোকে আপোনাৰ মঙ্গলৰ বাবেContinue Reading

Share it with: