এইটো নাজানিলে সদায় দুখীয়া হৈ থাকিব লাগিব ! – জীৱন অমৃত বাণী ।
2022-04-08
বহু সময়ত আমাৰ নিজৰ ভুলৰ বাবে আমাৰ জীৱনত বহুত ক্ষতি হৈ যায় আৰু যেতিয়া ভুলটি বুজি পোৱা যায় তেতিয়ালৈ ইতিমধ্যে বহুত পলম হৈ পৰে আৰু কৰিবলৈ একো নাথাকে। এবাৰ গৌতম বুদ্ধই তেওঁৰ শিষ্যক এটি গল্প শুনাইছিল ,, সেইমতে এজন ৰজা এবাৰ জংঘলত চিকাৰ কৰিবলৈ যায়, ঘন জংঘলত সোমাই সেইContinue Reading