intelligence, work and luck which is strong

  মানৱ জীৱনত কৰ্ম, ভাগ্য আৰু বুদ্ধিৰ ভিতৰত কাৰ গুৰুত্ব বেছি ? যিমান চিন্তা কৰিলেও হয়তো এই তিনিটাৰ ভিতৰত কোনোবা এটাক নিশ্চিত কৰা খুব কঠিন। কিন্তু যদিহে এবাৰ তলৰ কথাখিনি ভালদৰে বুজা যায় তেতিয়া নিশ্চয় সঠিক উত্তৰ এটা পোৱা যাব। এবাৰ স্বৰ্গলোকত কৰ্ম, বুদ্ধি আৰু ভাগ্যৰ মাজত যুক্তি তৰ্ক হৈছিলContinue Reading

Share it with: