life changing story

  প্ৰথমে এটি গাধৰ কাহিনী শুনি লওঁ আহক। এসময়ত এজন দুখীয়া কৃষকৰ এটি গাধ আছিল আৰু এদিনাখন সেই গাধটি এটা গভীৰ কুঁৱাত পিছলি পৰিছিল; কুঁৱাৰ গভীৰতা বেছি থকা হেতুকে অবলা প্ৰাণীটোৱে উঠি আহিবলৈ সক্ষম হোৱা নাছিল। সেয়ে সি চিৎকাৰ কৰা আৰম্ভ কৰাত গাধৰ গৃহস্থ আৰু গাওঁৰ মানুহৰ লগতে ওচৰ চুবুৰীয়াContinue Reading

Share it with: