Featured Video Play Icon

বোৱাৰীক দিলে জিন্দা কবৰ ?? || অশান্ত আত্মাই চিঞঁৰি ফুৰিছে ||

 দুই লাখ টকা যৌতুক নোপোৱাৰ ফলত স্বামীয়ে জীৱন্তে কবৰ দিলে বোৱাৰীক , অশান্ত আত্মাই এতিয়া হত্যাকাণ্ডৰ লগত জড়িত সকলোৰে প্ৰতিশোধ লবলৈ চটফটাই ফুৰিছে। সমাজত ঘটি থকা এক বৰ্বৰতাৰ প্ৰতিফলিত এটি সামাজিক মাধ্যমত প্ৰচলিত ভিডিঅ’ ।

bride buried alive

সমাজৰ সকলো স্তৰৰ লোকে এই যৌতুক প্ৰথাৰ বিৰুদ্ধে সবল প্ৰতিবাদ গঢ়ি তোলা উচিত। যৌতুক প্ৰথা সমাজৰ এক দুৰ্ভাগ্য আৰু অভিশাপ বুলি গ্ৰহণ কৰা বাঞ্চনীয়।

এই ৫ টি কথা মা পিতাক কেতিয়াওঁ নকব ! – শ্ৰীকৃষ্ণ গীতা জ্ঞান। জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক 

এই ৫ টি কথা মা পিতাক কেতিয়াওঁ নকব ! – শ্ৰীকৃষ্ণ গীতা জ্ঞান।

বিছনাত এই কামবোৰ কৰিলে মা লক্ষ্মী গৃহত্যাগ কৰে ! জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক 

বিছনাত এই কামবোৰ কৰিলে মা লক্ষ্মী গৃহত্যাগ কৰে !

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *