HEALTH (স্বাস্থ্য)
ধেমালী
-
-
-
বোৱাৰীক দিলে জিন্দা কবৰ ?? || অশান্ত আত্মাই চিঞঁৰি ফুৰিছে ||
দুই লাখ টকা যৌতুক নোপোৱাৰ ফলত স্বামীয়ে জীৱন্তে কবৰ দিলে বোৱাৰীক , অশান্ত আত্মাই এতিয়া হত্যাকাণ্ডৰ লগত জড়িত সকলোৰে প্ৰতিশোধ লবলৈ চটফটাই ফুৰিছে। সমাজত ঘটি থকা এক বৰ্বৰতাৰ প্ৰতিফলিত এটি সামাজিক মাধ্যমত প্ৰচলিত ভিডিঅ’ । সমাজৰ সকলো স্তৰৰ লোকে এই যৌতুক প্ৰথাৰ বিৰুদ্ধে সবল প্ৰতিবাদ গঢ়ি তোলা উচিত। যৌতুক প্ৰথা
-
আমাৰ Mission
আমাৰ মুখ্য উদ্দেশ্য হল অসম তথা ভাৰতৰ বৰ্তমান সময়ৰ লগত জড়িত ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক ক্ষেত্ৰৰ ধনাত্মক আৰু ঋণাত্মক দিশ আলোচনা কৰাৰ লগতে বিভিন্ন স্বাস্থ্য সম্বন্ধীয় বিষয়ে পঢ়ুৱৈ সমাজক অৱগত কৰা
আমাৰ Vision
অসমৰ সামাজিক আৰু অৰ্থনৈতিক
বিকাশৰ লগত সংগতি ৰাখি বিভিন্ন
ধৰনৰ গঠনমুলক কাৰ্যকলাপ কৰাৰ লগতে
অসমৰ উঠি অহা প্ৰজন্মৰ বিভিন্ন সৃষ্টিশীল কৰ্মৰ
প্ৰকাশৰ বাবে এটা নতুন প্ৰেক্ষাপট প্ৰদান কৰা