ইণ্ডোনেছিয়াত 600 বছৰ পিছত প্ৰতিষ্ঠা হৈছে হিন্দু ধৰ্ম !

 এনে এখন দেশৰ কথা কব বিচৰা হৈছে যত এজন হিন্দু ৰজাৰ ভুলৰ বাবে সেই দেশত হিন্দু ধৰ্ম বিলুপ্ত হৈ পৰিছিল। আৰু সেই সন্ধিক্ষণত সেই দেশৰ এজন পূজাৰীয়ে ৰজাক অভিশাপ দিছিল যে ৰজাই ধৰ্ম ত্যাগ কৰাৰ ফলতে সেই দেশত আহিব ঘোৰ অমানিশা, সাম্ৰাজ্যত অমংগল বিৰাজ কৰিব। লগতে তেওঁ কৈছিল যে পুনৰ … Continue reading ইণ্ডোনেছিয়াত 600 বছৰ পিছত প্ৰতিষ্ঠা হৈছে হিন্দু ধৰ্ম !Continue Reading