হিন্দু ধৰ্মত মহিলা শ্মশানলৈ যোৱা নিষেধ কিয় ? গৰুড় পুৰাণ বাণী।

 হিন্দু ধৰ্মত অন্তিম সংস্কাৰক লৈ অনেক নিয়ম প্ৰচলিত আছে যি কথা বহুজনৰ জ্ঞাত নহয় ; আৰু সেই মান্যতা সমূহৰ ভিতৰত এটি হৈছে যে মৃতকৰ পৰিয়ালৰ মহিলা মানুহক শ্মশানলৈ যাবলৈ দিয়া নহয় কিয়নো হিন্দু পুৰাণত মহিলা সকলক শ্মশানলৈ যোৱাত বাধা নিষেধ আছে। বৰ্তমান সময়ত যদিও আমি দেখি থাকোঁ যে বহু মহিলাই … Continue reading হিন্দু ধৰ্মত মহিলা শ্মশানলৈ যোৱা নিষেধ কিয় ? গৰুড় পুৰাণ বাণী।Continue Reading