Overthinking ৰ গ্ৰাসত নেকি ? মগজুত Negative চিন্তা আহে নেকি ?

বেছি Negative লোক সকলে পঢ়ক এই বাৰ্তা এটা মাছে সম্পূৰ্ণ পুখুৰী এটাৰ মাছ নষ্ট কৰিব পাৰে, এটা পঁচা আলু থাকিলে এপাচি আলু নষ্ট হ’ব পাৰে ; ঠিক একেদৰে এটি ঋণাত্মক চিন্তাই দিনটোৰ সকলো চিন্তাধাৰা নষ্ট কৰি দিব পাৰে। যদি মই সেই কাম নকৰিলোঁহেঁতেন, যদিহে মই ভুলতো নকৰিলোঁহেঁতেন, যদি সেই সময়ত … Continue reading Overthinking ৰ গ্ৰাসত নেকি ? মগজুত Negative চিন্তা আহে নেকি ?Continue Reading