মানৱ জীৱনৰ এই কটু সত্য জানিলে জীৱন সলনি হৈ পৰিব আপোনাৰ!

  মানুহৰ যেতিয়া বয়স বাঢ়ি আহে তেতিয়াহে বুজি উঠে যে কোনোবাই তিনিশ টকাৰ ঘড়ী পিন্ধক বা তিনি হাজাৰ টকাৰ ঘড়ী পিন্ধক উভয়তে সময় একেই দেখুৱাই ; কাৰোবাৰ কান্ধত তিনিশ টকীয়া বেগ থাকক বা ত্ৰিশ হাজাৰ টকাৰ বেগ থাকক, বেগৰ ভিতৰত থকা বস্তুৰ কোনো পৰিৱৰ্তন নহয়! মানুহ তিনি ফুট দৈৰ্ঘ্যৰ ঘৰতে … Continue reading মানৱ জীৱনৰ এই কটু সত্য জানিলে জীৱন সলনি হৈ পৰিব আপোনাৰ!Continue Reading