বৃদ্ধাৱস্থাৰ মানসিক সমস্যা, চিকিৎসা আৰু পৰিয়ালৰ দায়িত্ব কি ?

বৃদ্ধাৱস্থা বা বাদ্ধক্য এটা বিশ্বজনীন প্ৰক্ৰিয়া। চুলি পকিলে,দাঁত সৰিলে,ছাল সোঁতৰা হ’লে আমি বুজি পাওঁ যে বাৰ্দ্ধক্য আহিল। কিমান বয়সত মানুহৰ বাৰ্দ্ধক্য আহে ? ধৰা বন্ধা এটা বয়সৰ কথা কোৱা টান। ব্যক্তি বিশেষে ইয়াৰ তাৰতম্য হ’ব পাৰে। দৰাচলতে ৬৫ বছৰ বয়সীয়াল এগৰাকী ব্যক্তিক বাৰ্দ্ধক্যত উপনীত হোৱা বুলি ধৰা হয়। জীৱন ধাৰণৰ … Continue reading বৃদ্ধাৱস্থাৰ মানসিক সমস্যা, চিকিৎসা আৰু পৰিয়ালৰ দায়িত্ব কি ?Continue Reading