মদ্যপান কৰা ব্যক্তিয়ে নৰকত ভয়ানক শাস্তিৰ সন্মুখীন হয় – হিন্দু শাস্ত্ৰ।

  মদ্যপান কৰা হিন্দু শাস্ত্ৰ সমূহত কলিযুগৰ মহাপাপ সমূহৰ এটি বুলি উল্লেখ আছে। আজিকালি বেছি সংখ্যক লোকে মদ্যপান কৰে আৰু তেওঁলোকে এই মদিৰা পান কৰা সভ্য সমাজৰ এক প্ৰয়োজন বুলি গণ্য কৰে। কিন্তু এই কথা বহুতেই নাজানে যে হিন্দু ধৰ্মত এই মদিৰা পান আটাইতকৈ ডাঙৰ পাপ বুলি গণ্য কৰা হয়। … Continue reading মদ্যপান কৰা ব্যক্তিয়ে নৰকত ভয়ানক শাস্তিৰ সন্মুখীন হয় – হিন্দু শাস্ত্ৰ।Continue Reading