পুত্ৰলৈ মা’ৰ এখন চিঠি , মা’ৰ মৃত্যুৰ পিছত পুত্ৰই পালে !

  মা’ৰ মৃত্যুৰ বহুদিন পিছত মা’ই লিখা এখন চিঠি মা’ৰ কোঠা পৰিষ্কাৰ কৰোতে পালে পুত্ৰই ! চিঠিখন দেখি কোঠালি পৰিস্কাৰ কৰিব এৰি চিঠিখন পঢ়িবলৈ ল’লে পুত্ৰই , লিখা আছিল , ” বোপাই , তোমাৰ হাতত যিদিনা এই চিঠিখন পৰিব সিদিনা মই বহু দূৰৈত গুচি যাম, যি ঠাইৰ পৰা কোনোবা কেতিয়াও … Continue reading পুত্ৰলৈ মা’ৰ এখন চিঠি , মা’ৰ মৃত্যুৰ পিছত পুত্ৰই পালে !Continue Reading