গংগা জ্বলত স্নান কৰিলে সঁচাই সকলো পাপ খণ্ডন হয় নেকি ?

  হিন্দু ধৰ্মত গঙ্গা নদীক পবিত্ৰ বুলি মান্যতা দিয়া হয় । মহাভাৰত আৰু পুৰাণ সমূহত গঙ্গাৰ মহত্বৰ উল্লেখ পোৱা যায়। স্কন্দ পুৰাণত এই নদীক অধিক মহত্ব দিয়া হৈছে। এইটো বিশ্বাস আছে যে যিকোনো পুৰুষ বা মহিলাই এই গঙ্গা নৈত স্নান কৰিলে সমস্ত পাপ খণ্ডন হৈ যায়। কিন্তু ইয়াৰ প্ৰকৃত ৰহস্য … Continue reading গংগা জ্বলত স্নান কৰিলে সঁচাই সকলো পাপ খণ্ডন হয় নেকি ?Continue Reading