দেৱ আদিদেৱ ভগৱান শিৱৰ ১৯ অৱতাৰৰ পৌৰাণিক ৰহস্যময় কথা ।

  হিন্দু ধৰ্মৰ প্ৰধান আৰাধ্য হৈছে দেৱ আদিদেৱ মহাদেৱ , সৃষ্টিৰ আদিৰ পৰা যাৰ অস্তিত্ব বিৰাজমান তেওঁ হৈছে ভগৱান শিৱ। হিন্দু পুৰাণত ভগৱান শিৱক ধ্বংসকৰ্তা বা destroyer বুলিও কোৱা হৈছিল। হিন্দু মহাপুৰাণ সমূহত মহাদেৱ শিৱৰ বিভিন্ন কাহিনীৰ বর্ণনা আছে আৰু বেদত আছে শিৱৰ ৰুদ্ৰৰূপৰ ব্যাখ্যা। সৃষ্টিৰ পালনকৰ্তা ভগৱান বিষ্ণুৰ যেনেকৈ … Continue reading দেৱ আদিদেৱ ভগৱান শিৱৰ ১৯ অৱতাৰৰ পৌৰাণিক ৰহস্যময় কথা ।Continue Reading