কলিযুগ সম্পৰ্কে ভগৱান শ্ৰীকৃষ্ণৰ ৫ টি তত্বগধুৰ বাণী। – অমৃত কথা।

সনাতন হিন্দু ধৰ্মত কাল বা সময়ক চাৰিটা ভাগত বিভক্ত কৰা হৈছে ; সত্যযুগ, ট্ৰেটাযুগ, দ্বাপৰযুগ আৰু কলিযুগ। বৰ্তমান আমি যি কালচক্ৰত বসবাস কৰি আছো ইয়াকে কলিযুগ বুলি কোৱা হৈছে। আৰু এই কলিযুগৰ কিছু বৈশিষ্ট্য হৈছে এই যুগত সদায় মানুহ মানসিক দুখ, কষ্ট, যন্ত্ৰণাত জর্জৰ হৈ থাকিব লগতে মানুহে নিজৰ প্ৰকৃত … Continue reading কলিযুগ সম্পৰ্কে ভগৱান শ্ৰীকৃষ্ণৰ ৫ টি তত্বগধুৰ বাণী। – অমৃত কথা।Continue Reading