আত্মহত্যা কৰাৰ পিছত আত্মাই কি শাস্তি ভোগ কৰে ! – গৰুড় পুৰাণ ।

  গৰুড় পুৰাণত মানুহৰ জীৱন আৰু মৃত্যু সম্পৰ্কে প্ৰত্যেক বিষয়ৰ বিস্তাৰিত বৰ্ণনা আছে। লগতে বৰ্ণিত আছে যে জীৱিত অৱস্থাত মানুহে কেনেকৈ পূণ্য অর্জন কৰিব লাগে আৰু কিমান পূণ্য অর্জন কৰা দৰকাৰী যাতে জীৱনৰ অন্তিম সময়ত কোনো কষ্ট নোহোৱাকৈ জীৱন ত্যাগ কৰা যায়। কিন্তু আমাৰ মাজত এনে মানুহ বহুত আছে যিয়ে … Continue reading আত্মহত্যা কৰাৰ পিছত আত্মাই কি শাস্তি ভোগ কৰে ! – গৰুড় পুৰাণ ।Continue Reading