কোনোবাই অপমান কৰিলে আপুনি কি কৰা উচিত ? -গৌতম বুদ্ধ

  বহুসময়ত মানুহৰ জীৱনত এনে কিছু ঘটনা ঘটে যিয়ে বহুত বেছি কষ্ট দিয়ে, যিয়ে মানুহৰ আত্মবিশ্বাস ভাঙি দিয়ে , বিশেষকৈ তেতিয়া,, যেতিয়া কোনো মানুহে আমাক অপমান কৰে। মানুহে যেতিয়া আমাক অপমান কৰে তেতিয়া আমি ভাবো যে ইয়াৰ প্ৰতিশোধ কেনেকৈ লম অৰ্থাৎ আমিও তেওঁৰ অপমান কিদৰে কৰিম ! মানৱ জীৱনৰ এই … Continue reading কোনোবাই অপমান কৰিলে আপুনি কি কৰা উচিত ? -গৌতম বুদ্ধContinue Reading