আনৰ সৈতে তুলনা কৰি নিজক হেয় প্ৰতিপন্ন কৰা লোক সদায় দুখী হয় !

  মানুহৰ এক সহজাত প্ৰবৃত্তি ৰূপে পৰিচিত যে মানুহে নিজকে সদায় আনৰ সৈতে তুলনা কৰে । বহু মানুহে অনুভৱ কৰে যে তেওঁৰ সন্মুখৰ জন বেছি সুখী আৰু সৌভাগ্যৱান। আৰু তেনে লোক সকলে তলৰ এই কাহিনীটো পঢ়া বাৰুকৈয়ে উচিত। এসময়ত এখন জংঘলত থকা কাউৰী এজনীয়ে এজোপা গছত বহি খুব কা কা … Continue reading আনৰ সৈতে তুলনা কৰি নিজক হেয় প্ৰতিপন্ন কৰা লোক সদায় দুখী হয় !Continue Reading