মানুহ হিচাপে নিজকে গঢ় দিবলৈ এইটো কথা মনত ৰাখক !

ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰখ্যাত মিছাইল মানৱ ডঃ এ পি জে আব্দুল কালামৰ নাম যেতিয়াই আমি শুনিবলৈ পাওঁ ; যেতিয়াই আমাৰ মনত তেওঁৰ ছবিখন ভাঁহি উঠে তেতিয়াই তেওঁৰ প্ৰতি সন্মান আৰু আদৰৰ পৰিমাণ পুনঃ বৃদ্ধি হ’বলৈ ধৰে, যদিওবা তেওঁ এই সংসাৰত এতিয়া বিৰাজমান নহয়। তেওঁৰ মহানতা আৰু অনুভৱ – অনুভূতি বোৰৰ কথা … Continue reading মানুহ হিচাপে নিজকে গঢ় দিবলৈ এইটো কথা মনত ৰাখক !Continue Reading