টোপনিৰ ভঙ্গীতে বুজিব পাৰি স্বামী স্ত্ৰীৰ সম্পৰ্কৰ দৃঢ়তা !

 মানুহৰ মনৰ স্তৰ তিনিটা, অচেতন, চেতন আৰু অৱচেতন। টোপনিৰ সময়ত মানুহ অৱচেতন হৈ থাকে আৰু এই অৱচেতন অৱস্থাতো মানুহৰ ব্যক্তিত্ব ফুটি উঠে। শুনি আচৰিত হব যে মানুহে টোপনিৰ সময়ত নিজৰ ভাব ভংগীমাৰে নিজৰ ব্যক্তিত্ব প্ৰকাশ কৰে। জাগি থকা অৱস্থাত  মানুহে যেনেকৈ চলা ফুৰা কৰে, কথা বতৰা পাতে, নিজৰ আবেগ আৰু … Continue reading টোপনিৰ ভঙ্গীতে বুজিব পাৰি স্বামী স্ত্ৰীৰ সম্পৰ্কৰ দৃঢ়তা !Continue Reading