প্ৰাপ্তবয়স্ক লোক সকলৰ দৰে শিশুৰ দাঁতৰো যত্ন লোৱা অত্যন্ত দৰকাৰী নহ’লে দেখা দিয়ে গুৰুতৰ সমস্যা। সমস্যা সমূহৰ ভিতৰত দাঁতৰ কেভিটি প্ৰধান। তাৰোপৰি দাঁতৰ বিষ, প্লেক, দাঁত ক’লা পৰা , দাঁতৰ গুৰিৰ পৰা তেজ পূজ নিৰ্গত হোৱা আদি নানান সমস্যা দেখা দিব পাৰে আপোনাৰ কণমানিৰ ভালদৰে দাঁতৰ যতন নললে। দন্তৰোগContinue Reading

Share it with: