নপঢ়া ছাত্ৰই আজিয়ে ঘৰৰ বেৰত লিখি দিয়ক “মই পৰাজিত” বুলি!! –
2021-11-12
এই কথা জানিলে দৈনিক ১ ঘন্টা নপঢ়া ছাত্ৰই পঢ়িব ১০ ঘন্টালৈ !! ভাবিলোঁ যে আজি বহু বেছি সময় পঢ়িম; কিন্তু অলপ সময় পিছতে আধাঘন্টা নহঁতেই সেই পঢ়াৰ ইচ্ছা কত হেৰাই যায় ভাবি নাপাওঁ। কোনোবা দিনা আকৌ ভাবোঁ আজি লগ বন্ধুক সময় নিদিওঁ মাত্ৰ কিতাপৰ সৈতে সময় পাৰ কৰিম ;Continue Reading