GUAVA AS SUPERIOR FRUIT THAN APPLE

মধুৰীআম আৰু আপেল কোনবিধ বেছি স্বাস্থ্য উপকাৰী ?? মধুৰীআম আৰু আপেল দুয়োবিধ স্বাস্থ্যসন্মত ফল । কিন্তু আপেলৰ তুলনাত মধুৰীআমত বহুতেই বেছিকৈ প্ৰটিন, কাৰ্বোহাইড্ৰেট, চৰ্বী থাকে।  তাৰোপৰি মধুৰীআমত বেছিকৈ খনিজ দ্ৰব্য আৰু ভিটামিন উপলদ্ধ। প্ৰবাদ আছে এক কেজি আপেলেহে এটি মধ্যবৰ্গৰ মধুৰীক ফেৰ মাৰিব পাৰে। তুলনা মূলক ভাবে কোনবিধ ফল বেছিContinue Reading

Share it with: