আজি নিশা বাৰ বাজিলে ( স্বাগতম নৱবৰ্ষ ) মধু পাটোৱাৰী আজি নিশা বাৰ বাজিলে তোৰ জীৱন শলিতা নুমাব এগছি নতুন বন্তি আকৌ থিতাতে জ্বলি উঠিব !! কি দিলি কি পালি ইতিহাসে হিচাপ ৰাখিব ! অশ্ৰু-হাঁহি দুয়োৰে আজি অপৰূপ সঙ্গম ঘটিব !! কাল চক্ৰৰ ক্ষিপ্ৰ গতি কোনেনো বাৰু ৰুধিব ?? নতুনContinue Reading

Share it with: