আপোনাৰ সন্তান যদি বুদ্ধিমান হয় তেনেহলে আপুনি তাৰ অনুমান শিশুকালৰ পৰাই পাব পাৰে ; আৰু যদিহে খুব অসাধাৰণ গুণসম্পন্ন হয় আপোনাৰ শিশু, তাৰ বাহিৰে আন একো আনন্দৰ কথা থাকিব নোৱাৰে পিতৃ মাতৃ হিচাপে। যদি আপোনাৰ শিশু সাধাৰণ গুণৰো হয় তথাপিও শিশুৰ ওপৰত চাপ প্ৰয়োগ কৰা অনুচিত। এনে কিছুমান গুণContinue Reading

Share it with:
good parenting tips

  পিতৃ মাতৃ আৰু সন্তানৰ মাজৰ সম্পৰ্ক আৰু দায়িত্বৰ মাজত যথেষ্ট পাৰ্থক্য থাকে ।  পিতৃ মাতৃয়ে সন্তানৰ যত্ন লব লাগিব আৰু আনহাতে সন্তানে মা দেউতাৰ নিয়ম সমূহ পালন কৰিব লাগিব। কিন্তু বহু ক্ষেত্ৰত পিতৃ মাতৃৰ এই দায়িত্ব সমূহ সম্পূৰ্ণ বিপৰীত হৈ যায় ; আৰু সেয়ে পিতৃ মাতৃৰ অভিভাৱকত্বক দুই ভাগতContinue Reading

Share it with:
Excellent parenting tips

  সন্তানৰ পঢ়া শুনাৰ বিষয় লৈ সকলো অভিভাৱক চিন্তিত আৰু উদ্বিগ্ন থাকে। সঠিক ভাবে হোমওৱাৰ্ক কোনো শিশুয়ে কৰিব নিবিচাৰে আৰু বহু শিশুয়ে পঢ়া টেবুলত বহু অনিহা দেখুৱাই , ৰাখে নানান অজুহাত। আজিকালিৰ লৰা ছোৱালীয়ে পঢ়া শুনাতকৈ মোবাইলত গেম খেলিব বেছি পচন্দ কৰে। আপোনাৰ সন্তানেও যদি পঢ়া শুনা কৰিবলৈ নিবিচাৰে বাContinue Reading

Share it with: