শেৱালি ফুল খাব কিন্তু কেনেকৈ  ? শেৱালি ফুলৰ বৈজ্ঞানীক নাম হ’ল Jasminum sanbac শেৱালি ফুলত থকা ঘাই উপাদান সমূহ হ’ল -কৌমাৰিণচ, কাৰদিয়েক গ্লাইকচাইড, জৈৱ তেল, ফ্লেভোনইদ, ফেনোলিদচ, চেকনিকচ আৰু ষ্টেৰইদচ থাকে। শেৱালি ফুলত বহুতো ঔষধী গুণ সৰ্বজন বিধিত। শেৱালিৰ পাত, ফুল আৰু গছৰ বাকলি উত্তম দেহৰ ৰোগ প্ৰতিৰোধক।    Continue Reading

Share it with: