উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে ঘোষণা কৰা NEET 2020 পৰীক্ষাৰ ফলাফল শুকুৰবাৰে প্ৰকাশ কৰে নেচনেল টেষ্টিং এজেন্সীয়ে।   সৰ্বভাৰতীয় ৰেংকিঙত প্ৰথমস্থান দখল কৰে ছোইব আফতাব নামৰ উৰিষ্যাৰ শিক্ষাৰ্থীয়ে । সম্পূৰ্ণ এশ শতাংশ নম্বৰ লাভ কৰি ইতিহাস ৰচিলে উৰিষ্যাৰ ছাত্ৰজনে।   ৭২০ ৰ ভিতৰত ৭২০ অৰ্থাৎ ১০০ শতাংশ নম্বৰ লাভ কৰি ৰাজ্যখনলৈContinue Reading

Share it with: