MALABAR SPINACH HEALTH BENIFITS

পূৰৈ শাক খোৱা অমৃতসম কিন্তু কিছুমান ৰোগীৰ বাবে বৰবিষ!! সপ্তাহত যিজন লোকে দুই তিনিসাজ পূৰৈ শাক খাই তেওঁলোকে জনা উচিত যে এই শাক খোৱাৰ ফলত তেওঁলোকৰ দেহত কিছু ক্ৰিয়া প্ৰতিক্ৰিয়া সংঘটিত হয়। আৰু এইটো জনাৰ অতি দৰকাৰী যে এই পূৰৈ শাক খোৱাৰ পিছত গম নোপোৱাকৈয়ে স্বাস্থ্যৰ বহু ক্ষতি হয়। পূৰৈContinue Reading

Share it with: