লিভাৰ ভালে ৰাখিবলৈ কি কি খাদ্য আটাইতকৈ উত্তম ??   লিভাৰ হৈছে এবিধ মানৱদেহৰ আভ্যন্তৰীণ অংগ যাক দেহৰ অইন অংগ প্ৰতঙ্গ সমূহৰ শক্তিৰ ভঁৰাল বুলি জনাজাত। কিয়নো এই লিভাৰে বহু ধৰণৰ ক্ৰিয়া সম্পাদন কৰে।  লিভাৰে দেহৰ প্ৰয়োজনীয় প্ৰটিন উৎপাদন কৰে, কলেষ্টৰল আৰু বাইল প্ৰস্তুত কৰে, কাৰ্বহাইড্ৰেট, মিনাৰেল আৰু ভিটামিন সঞ্চয়Continue Reading

Share it with: