life changing story

এজন ব্যক্তিয়ে সদায় ভগৱানৰ ওচৰত প্রাৰ্থনা কৰি কৰি কৰি কৈছিল, ” হে ভগৱান, তুমি মোক ইমান দুখ আৰু কষ্ট পাবলৈ জন্ম কিয় দিছা , মোক কি কষ্ট পাবলৈহে এই ধৰালৈ পঠাই দিছা নেকি ; তুমি মোক তোমাৰ ওচৰলৈ লৈ যোৱা ভগৱান, মোৰ আৰু এই পৃথিৱীত এক মিনিটো জীয়াই থকাৰ ইচ্ছাContinue Reading

Share it with:
Life changing story

 আমাৰ মানুহৰ জীৱনৰ এটি প্ৰধান সমস্যা হৈছে , ” কেতিয়াবা আমাৰ জীৱনত যি ঘটে তাৰ কাৰণটো আমি বুজি নাপাওঁ ; আৰু তেতিয়া আমি হতাশাত ভোগা আৰম্ভ কৰোঁ, সেইটো ভাবি যে এইটো আমাৰ সৈতে কিয় হৈছে “। নেদেখা জনে আমাৰ সৈতে এনেকুৱা কিয় কৰে বুলি যদি আপোনাৰ মনত প্ৰশ্ন আহিছে ;Continue Reading

Share it with: