TIPS TO PROTECT KIDNEY

   দহ ধৰণৰ খাদ্য আৰু সাতোটা বেয়া অভ্যাসৰ বাবে নষ্ট হৈ পৰে মানুহৰ কিডনী। অথচ ৯৯% মানুহে নাজানে কিডনী দুটি ভালে ৰখাৰ উপায়। কিডনী ৰোগৰ মূল কাৰণ হৈছে মানুহৰ দৈনন্দিনৰ খোৱা লোৱা। প্ৰতিদিনে মানুহে এনে কিছুমান খাদ্য গ্ৰহন কৰে যাৰ ফলত লাহে লাহে কিডনী দুটি বিকল হৈ পৰে। কিডনী দুটিয়েContinue Reading

Share it with:

বাৰে বাৰে প্ৰস্ৰাৱ কৰাটোও কিডনী ৰোগ নেকি ? কিডনী ৰোগৰ আগজাননী বোৰ কি :-     কিডনী ৰোগসমূহ চিকিৎসাৰে সম্পূৰ্ণ ৰূপে ভাল কৰিব পাৰি যদিহে ইয়াক আৰম্ভণিতে ধৰা পেলাব পাৰি। সেয়ে সৰ্বসাধাৰণ লোকেও কিডনী ৰোগৰ কিছু সৰু সৰু কথা জানিলে ভৱিষ্যতে হব পৰা কিডনী ৰোগৰ অনুমান কৰিব পাৰে। আৰু আৰম্ভনিতেContinue Reading

Share it with: