হোৱাটছ-এপ একাউন্টত উৎঘাটন সুশান্ত ৰ মৃত্যুৰ নতুন ৰহস্য :- যোৱা ১৪ জুন ২০২০ ত । মৃত্যুৰ সময়ত প্ৰচাৰিত হৈছে যে সুশান্ত সিং ৰাছপুত ডিপ্ৰেছনত ভুগিছিল । মুম্বাই আৰক্ষীৰ তৰফৰ পৰাও জনোৱা হৈছিল যে প্ৰয়াত অভিনেতা জন মানসিক ভাৱে ভাৰাক্ৰান্ত আছিল আৰু তেওঁৰ বাসগৃহৰ পৰাও কিছু ডিপ্ৰেছনৰ ঔষধ আৰু চিকিৎসকৰ নথিContinue Reading

Share it with: