চীন দেশত কিয় ক্ৰিকেট নেখেলে ?? ভাৰতত ক্ৰিকেটক পূজা কৰা হয় !!  আমাৰ দেশ ভাৰতবৰ্ষত ক্ৰিকেট সকলো খেলতকৈ জনপ্ৰিয়তাৰ শীৰ্ষত। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় খেল হকী যদিওবা ক্ৰিকেটহে বেছি জনপ্ৰিয় আমাৰ দেশত। ভাৰতৰ লগতে অষ্ট্ৰেলিয়া, ইংলেণ্ড, পাকিস্তান, দক্ষিণ আফ্ৰিকা আদি দেশ সমূহত ও ক্ৰিকেট সমানে জনপ্ৰিয় যদিওবা বিশ্বৰ সকলো ঠাইতে এই খেলContinue Reading

Share it with: