Lovely relationship of husband and wife

 মানুহৰ মনৰ স্তৰ তিনিটা, অচেতন, চেতন আৰু অৱচেতন। টোপনিৰ সময়ত মানুহ অৱচেতন হৈ থাকে আৰু এই অৱচেতন অৱস্থাতো মানুহৰ ব্যক্তিত্ব ফুটি উঠে। শুনি আচৰিত হব যে মানুহে টোপনিৰ সময়ত নিজৰ ভাব ভংগীমাৰে নিজৰ ব্যক্তিত্ব প্ৰকাশ কৰে। জাগি থকা অৱস্থাত  মানুহে যেনেকৈ চলা ফুৰা কৰে, কথা বতৰা পাতে, নিজৰ আবেগ আৰুContinue Reading

Share it with: