বেছি Negative লোক সকলে পঢ়ক এই বাৰ্তা এটা মাছে সম্পূৰ্ণ পুখুৰী এটাৰ মাছ নষ্ট কৰিব পাৰে, এটা পঁচা আলু থাকিলে এপাচি আলু নষ্ট হ’ব পাৰে ; ঠিক একেদৰে এটি ঋণাত্মক চিন্তাই দিনটোৰ সকলো চিন্তাধাৰা নষ্ট কৰি দিব পাৰে। যদি মই সেই কাম নকৰিলোঁহেঁতেন, যদিহে মই ভুলতো নকৰিলোঁহেঁতেন, যদি সেই সময়তContinue Reading

Share it with: