আপোনাৰ ৰক্তচাপ মাপ লওঁতে আপুনি নিজেই হওঁক বা চিকিৎসা কর্মীয়ে হওঁক আনকি বহু চিকিৎসকেও ভুল কৰে ।    ঘৰে ঘৰে আজিকালি ডিজিটেল মেচিনেৰে নিজেই ৰক্তচাপ মাপ কৰোঁতেই হওঁক বা চিকিৎসা কর্মীয়ে মেনুৱাল যন্ত্ৰৰে মাপ কৰোতে কেইবাটাও ভুল কৰা দেখা যায়।     ৰক্তচাপ মাপ কৰাটো অতি সহজ কাম বুলিContinue Reading

Share it with: