কৃত্ৰিম অক্সিজেন অবিহনেই অক্সিজেন লেভেল বৃদ্ধি কৰক এটি সহজ উপায়েৰে:-     বৰ্তমান সময়ত ভগৱানৰ পিছতেই কৃটিম অক্সিজেনৰ ওপৰতে বহু গুণে নিৰ্ভৰ কৰিছে মানব জীৱন। আপুনি হয়তো জানিবলৈ পায় আনন্দিত হব আমাৰ এই ৰিপ’ৰ্ট। যদিহে আপুনি আপোনাৰ অক্সিজেন মাত্ৰা জোখ লোৱাৰ পিছত কিছু কম পাইছে তাৰ বাবে অতিকৈ ভয় নাখাবContinue Reading

Share it with:

ঘৰতে পাব এই ১০ বিধ দেহত অক্সিজেন বেছিকৈ যোগান ধৰিব পৰা খাদ্য:-   ১) পালেং শাক  :- আমি বসবাস কৰা পৃথিৱী গ্ৰহৰ আটাইতকৈ স্বাস্থ্যকৰ খাদ্য হ’ল পালেং শাক। এই শাকত যথেষ্ট পৰিমাণে আইৰন আছে সেয়ে ই মানৱ দেহত প্ৰচুৰ পৰিমাণে অক্সিজেন যোগান ধৰিবলৈ সক্ষম হয়। ২) ইস্কছ :- ইয়াত যথেষ্টContinue Reading

Share it with:

অবহেলা নকৰিব উচ্চ ৰক্তচাপৰ ভয়ানক তিনিটা লক্ষণ:-     আপুনি এজন স্বাস্থ্য সচেতন ব্যক্তি কিন্তু যদি আপুনি উচ্চ ৰক্তচাপত ভূগি আছে অথবা উচ্চ ৰক্তচাপৰ দৰৱ নিয়মীয়াকৈ বা অনিয়মিয়াকৈ গ্ৰহণ কৰি আছে তেন্তে হঠাতে আপোনাৰ দেহত আবিৰ্ভাৱ হোৱা তলৰ তিনিটা লক্ষণ নিশ্চিতভাবে অৱহেলা নকৰিব। অন্যথা জীৱন বিপদাপন্ন হৈ পৰিব পাৰে। ১)Continue Reading

Share it with:

তলত উল্লেখিত পোন্ধৰ বিধ খাৰকীয় খাদ্য প্ৰতিদিনে সেৱন কৰক আৰু নিৰোগী হৈ থাকক :- ১. নেমু :- প্ৰচুৰ পৰিমাণে পটাচিয়াম আৰু মেগনেছিয়াম নামৰ খাৰকীয় খনিজ লবন থাকে । তদুপৰি কেলচিয়াম আইৰন ভিটামিন A , C, B1 , B3 , B5 , B6 নেমুত পোৱা যায় । নেমুৰ বেক্টেৰিয়া আৰু ভাইৰাছContinue Reading

Share it with: