“১৬ – ৮” ফৰ্মুলাৰে লাঘৱ কৰক দেহৰ অপ্ৰয়োজনীয় চৰ্বী আৰু নিৰোগী হৈ পৰক :-    আগতে হয়তো আপুনি দেহৰ ওজন কমাবলৈ বা চৰ্বী কমাবলৈ বিভিন্ন দিহা পৰামৰ্শ পাইছে। কিন্তু আমি আজি দিব খোজা পৰামৰ্শ সম্পূৰ্ণ বিজ্ঞানসন্মত। আৰু এই সুত্ৰৰ বাবেই জাপানৰ ভেষজ বিজ্ঞানী যোশীনৰি অহচূডমী য়ে ২০১৬ চনত ন’বেল বঁটাContinue Reading

Share it with:

কণী কিয় নাখাব ?? কণী কোনে খাব কোনে নাখাব তাকে লৈ মনত বিভিন্ন প্ৰশ্ন উদয় হয়। কোৱা শুনা যায় কণী শিশুৰ বাবে উপকাৰী কিন্তু ৪০ বছৰ উৰ্ধৰ লোকৰ বাবে অপকাৰী ইত্যাদি ইত্যাদি। কিন্ত প্ৰকৃততে কণী কাৰ বাবে উপযোগী বা অপকাৰী জানিবলৈ হলে কণীত প্ৰাকৃতিক ভাবে সমৃদ্ধ পোষক দ্ৰব্য সমূহৰ বিষয়েContinue Reading

Share it with: