ভাৰতীয় শাস্ত্ৰত উল্লেখযোগ্য আৰু পবিত্ৰ গ্ৰন্থ হৈছে বেদ আৰু এই বেদত উল্লেখ আছে যে এটি সৰ্বশ্ৰেষ্ঠ মন্ত্ৰৰ বিষয়ে যাৰ নাম সাবিত্ৰী মন্ত্ৰ , যাক আমি সকলোৱে গায়ত্ৰী মন্ত্ৰ বুলি জানো। আৰু এই মন্ত্ৰৰ মহত্বৰ কথা বেদ ৰ উপৰিও গীতা, উপনিষদ, পুৰাণ আদি সকলোতে উল্লেখ আছে। এই মন্ত্ৰ ইমানেইContinue Reading

Share it with:
worthy lesson for life

   যদিহে প্ৰত্যেক দিন নিজৰ কৰ্ম ব্যস্ততাৰ বাবে গীতা পাঠ কৰাৰ সময় নাথাকে তেনেহলে দিনটোৰ আৰম্ভণিতে গীতাত কোৱা দুটা কথা অৱশ্যেই মনত পেলাওক। যদিহে এই দুটা কথা স্মৰণ কৰি মানুহে নিজৰ দিনটো আৰম্ভণি কৰে তেন্তে ভগৱান ৰ কৃপাত মানুহৰ সকলো দুখ, কষ্ট আৰু অমংগল নাশ হৈ পৰিব, দিনটোৰ সকলো কৰ্মতContinue Reading

Share it with: