advice for diabetics

  ডায়েবেটিচ এটি ক্ৰনিক ৰোগ , এই ৰোগত এবাৰ আক্ৰান্ত হ’লে গোটেই জীৱন এই সমস্যা লৈয়ে চলিব লগীয়া হয়। লগতে এই ৰোগৰ প্ৰতি মানুহৰ সজাগতাৰ খুব অভাৱ আৰু সেইবাবেই হয়তো আমাৰ দেশ ভাৰতবৰ্ষক ডায়েবেটিচ ৰোগৰ ৰাজধানী বুলি অভিহিত কৰা হয়। বেছিভাগ লোকে ডায়েবেটিচ ৰোগৰ মূল কাৰণ সমূহ নুবুজে বা নাজানে।Continue Reading

Share it with: