ডাঃ দেবেন দত্ত হত্যাকাণ্ডত জৰিত এজনক ফাচি ২৪ জনক যাৱজ্জীৱন কাৰাদণ্ড:- চিকিৎসক দেবেন দত্ত হত্যাকাণ্ডৰ ২৫জন অভিযুক্তৰ ভিতৰত সঞ্জয় ৰাজোৱাৰক ফাঁচি আৰু বাকী ২৪জন অভিযুক্তক যাৱজ্জীৱন কাৰাদাণ্ডৰে দণ্ডিত কৰে যোৰহাট জিলা সত্ৰ ন্যায়াধীশ ৰবীন ফুকনৰ আদালতে। ১২ অক্টোবৰত এই ঘটনাত ২৫জনক দোষী সাব্যস্ত কৰিছিল আদালতে । ৩১ গৰাকী জীৱিত অভিযুক্তৰContinue Reading

Share it with: