দিম্পু বৰুৱাৰ বিষয়ে কিছু কথা জানো আহক (BIOGRAPHY):-   কোন কেনেকৈ কেতিয়া বিখ্যাত হৈ পৰে, কাৰ নাম কেতিয়া জনমানসত জনপ্ৰিয় হৈ পৰিব সেইটো কিছু ভাগ্যৰ ওপৰটো নিৰ্ভৰ কৰে যদিও বেছিখিনি নিৰ্ভৰ কৰে ব্যক্তি বিশেষৰ আত্মবিশ্বাস, লক্ষ্য, উদ্দেশ্য আৰু সেই লক্ষ্যত উপনীত হবলৈ কৰা গধুৰ শ্ৰম আৰু মানসিক বলৰ ওপৰত। আৰুContinue Reading

Share it with: