USES OF TEA LEAFS REMAINS AFTER PREPARATION OF TEA

চাহ চেকি ৰৈ যোৱা অবশিষ্ট চাহপাত খিনি আচৰিত কামত লগাব পাৰি !! আজিৰে পৰা চাহ বনাই চেকনিৰে চাহ চেকি ৰৈ যোৱা অৱশিষ্ট চাহপাত খিনি পেলাই নিদিব। কিয়নো ইতিমধ্যে ব্যৱহাৰ হোৱা চাহপাতৰ গেদ খিনিৰ পৰাও আপুনি পাব পাৰে লাখটকীয়া লাভ ।  এই অৱশিষ্ট খিনিও বিভিন্ন অতি দৰকাৰী কামত প্ৰয়োগ কৰিব পাৰি।Continue Reading

Share it with: