Bolivia as tourist venue

    পৃথিৱীত এনে অদ্ভুত ধৰণৰ দেশ আছে যি দেশৰ ঐতিহ্য, অতি প্ৰাকৃতিক সৌন্দৰ্য আৰু খনিজ সম্পদ থাকিলেও সেই দেশক বিশ্বৰ দৰিদ্ৰ দেশৰ এখন বুলি ধৰা হয় । যি দেশত জেইলত থকা অপৰাধীয়ে জেইলৰ ভাড়া দিব লাগে , আনকি সেই দেশৰ অপৰাধীয়ে অনুমতি বিচাৰিলে নিজৰ পৰিয়ালৰ সৈতে থকাৰ অনুমতি পায়।Continue Reading

Share it with: