কলডিল কিয় নাখাব ?? এষাৰ প্ৰবাদ আছে যে ৰোগৰ কাল হল “কলৰ ফুল” অৰ্থাৎ কলডিল । সেয়ে অকল কলে নহয় কলডিল খোৱাটো বৰ উপকাৰী। কলডিলত সমৃদ্ধ হৈ থকা প্ৰাকৃতিক উপাদান সমুহ হল ফাইভাৰ, যথেষ্ট পৰিমানৰ প্ৰটিন , কেলচিয়াম, কোবাল্ট, ফচফৰাছ, আইৰণ, মেজনেছিয়াম, ভিটামিন E আৰু ওমেগা 3 ফেঁটি এচিড নামৰContinue Reading

Share it with: