First man in the earth

 বিশ্বব্ৰহ্মাণ্ডত প্ৰথম মানুহ কোন আছিল ? এই বিষয় লৈ বহু ধৰ্মত ভিন্ন মতবাদ দেখা পোৱা গৈছে। আব্ৰাহামিয় ধৰ্ম যেনে – খ্ৰীষ্টান, ইহুদী আৰু ইছলাম ধৰ্মই পৃথিৱীৰ প্ৰথম মানুহ বুলিলে আদমৰ কথা বিশ্বাস কৰে। কিন্তু আমাৰ হিন্দু ধৰ্ম অনুসৰি এই কথা কবলৈ গলে আমি বিভিন্ন শাস্ত্ৰৰ আধাৰত যি কথা উল্লেখ আছেContinue Reading

Share it with: