Responsibility of married woman

 শিৰৰ সেন্দুৰ এগৰাকী মহিলাৰ বাবে সৌভাগ্যৰ প্ৰতীক । এগৰাকী বিবাহিত মহিলাই শিৰত সেন্দুৰ লোৱা অতি মহত্বপূৰ্ণ মান্যতা দিয়া হয় কিয়নো এই সেন্দুৰ বিবাহৰ পিছতহে এগৰাকী মিহিলাই শিৰত পিন্ধাৰ অধিকাৰ থাকে । এই সেন্দুৰ বিভিন্ন দেৱ দেৱী সমূহক উদ্দেশ্যি নিবেদন কৰা হয় বাবেই শিৰত সেন্দুৰ ধাৰণ কৰিলে উক্ত মহিলাৰ প্ৰতি দেৱContinue Reading

Share it with: